Saturday, June 29, 2013

ঠাট্টা


মাজৰাতি 
সপোনত 
ছায়ামূর্তি বোৰে
কিৰিলি পাৰি হাঁহে  

যেন সিহঁতে
মোৰ সপোন বোৰক 
ঠাট্টাহে কৰি আছে 



No comments:

Post a Comment